Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 47 languages
«উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ অধিক পৰিমাণৰ বস্তু চুৰি কৰিলে হাত কৰ্তন কৰা হ'ব।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, এক চতুৰ্থাংশ দীনাৰ অথবা তাতোকৈ বেছি পৰিমাণৰ কোনো বস্তু চুৰি কৰিলে চোৰৰ হাত কৰ্তন কৰা হ'ব। অৰ্থাৎ ইয়াৰ মূল্য হৈছে ১.০৬ গ্ৰাম সোণৰ সমপৰিমাণ মূল্য।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality