Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

Available in 70 languages
«আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “যি ব্যক্তিয়ে এইটো কামনা কৰে যে, তাৰ জীৱিকা প্রশস্ত হওক আৰু তাৰ আয়ু বৃদ্ধি হওক, তেওঁ যেন আত্মীয়তাৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখে।”»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সাক্ষাৎ, শাৰীৰিক আৰু আৰ্থিক সহায়-সহযোগিতা আৰু সন্মান কৰিবলৈ উৎসাহিত কৰিছে। লগতে এইটো উল্লেখ কৰিছে যে, ইয়াৰ ফলত জীৱিকা প্ৰশস্ত হয় আৰু আয়ু বৃদ্ধি হয়।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality