আক্বীদাহ
আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
Available in 43 languages
«আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ কোনোবাই যেতিয়া মৃত্যুবৰণ কৰে, পুৱা-গধূলি তাৰ অৱস্থান ক'ত হ'ব সেয়া তাৰ সন্মুখত উপস্থাপন কৰা হয়। যদি তেওঁ জান্নাতী হয় তেন্তে জান্নাতৰ অৱস্থান, আৰু যদি সি জাহান্নামী হয় তেন্তে জাহান্নামৰ অৱস্থান তাৰ সন্মুখত উপস্থাপন কৰা হয়। কিয়ামত সংঘটিত নোহোৱালৈকে তাক এইদৰে কোৱা হ'ব যে, এইটো হৈছে তোমাৰ অৱস্থান কৰিবলগীয়া ঠাই'।"»Meaning translation ·
Saved at original quality








