Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 53 languages
«শ্বুৰাইহ বিন হানীৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেখেতে কোনটো আমল প্ৰথমে কৰিছিল? তেওঁ কৈছেঃ তেখেতে প্ৰথমে মিছৱাক কৰিছিল।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো আদৰ্শ আছিল যে, তেখেতে যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল, দিনতে হওক অথবা ৰাতিত, তেতিয়া তেখেতে প্ৰথমে মিছৱাক কৰিছিল।

Source
(মুছলিম)
Download image

Saved at original quality