Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ

Available in 50 languages
«ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যেতিয়ালৈকে মানুহে ছুন্নতৰ ওপৰত আমল কৰি, চৰীয়তৰ নিয়মানুযায়ী সীমাৰেখাৰ খিয়াল ৰাখি, সূৰ্য্য অস্ত হৈছে বুলি নিশ্চিত হোৱাৰ পিছত ৰোজা ইফতাৰ কৰাত পলম নকৰিব, তেতিয়ালৈকে তেওঁলোক কল্যাণত থাকিব।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality