Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 49 languages
«আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে ৰমাজান মাহৰ শেষ দশকৰ বিযোৰ ৰাতিসমূহত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লাইলাতুল ক্বদৰ অনুসন্ধানৰ উদ্দেশ্যে বেছি বেছি নেক আমল কৰিবলৈ উৎসাহিত কৰিছে। অৰ্থাৎ প্ৰত্যেক বছৰ ৰমাজান মাহৰ শেষ দহ দিনৰ বিযোৰ ৰাতিসমূহত বেছি বেছি নেক আমল কৰি লাইলাতুল ক্বদৰ অনুসন্ধান কৰিব লাগে। সেয়া হৈছেঃ একৈশ, তেইছ, পঁচিছ, সাতাইশ, আৰু ঊনত্ৰিশ।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality