Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 49 languages
«উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।»

Meaning translation ·

Explanation

The meaning in a few plain lines

ৰমাজান মাহৰ শেষ দশক আৰম্ভ হোৱাৰ লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোটেই ৰাতি বিভিন্ন ধৰণৰ ইবাদত কৰি পাৰ কৰিছিল। আনকি নামাজৰ বাবে তেখেতৰ পৰিয়ালবৰ্গকো সজাগ কৰিছিল। সাধাৰণতে কৰা ইবাদতকৈ আৰু অধিক ইবাদত কৰিবলৈ তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল। স্ত্ৰীসকলৰ পৰা দূৰত্ব অৱলম্বন কৰি ইবাদতৰ বাবে অধিক সময় উলিয়াইছিল।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality