Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,

Available in 48 languages
«আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআটোও পাঠ কৰিছিলঃ "আল্লাহুম্মাগফিৰলী জাম্বী কুল্লাহ, দিক্কাহু অজিল্লাহ, ওৱা আওৱালাহু ওৱা আখিৰাহ, ওৱা আলানিয়্যাতাহু অছিৰ্ৰাহ।" (অৰ্থঃ হে আল্লাহ! মোৰ সৰু বৰ, আগৰ পিছৰ, প্ৰকাশ্য অপ্ৰকাশ্য সকলো গুনাহ ক্ষমা কৰি দিয়া।)»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাজদাত এই দুআ পাঠ কৰিছিল, ইয়াৰ ভাৱাৰ্থ হৈছেঃ (اللهم اغفر لي ذنبي) হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া, পৰ্দা কৰি দিয়া, মোচন কৰি দিয়া তথা মাৰ্জনা কৰি দিয়া আৰু ইয়াৰ শাস্তিৰ পৰা ৰক্ষা কৰা। (كله) সকলো, (دِقّه) সৰু হওক বা কম হওক। (وجِلّه) ডাঙৰ হওক বা অধিক হওক। (وأوله) আগৰ গুনাহ (وآخره) আৰু পিছৰ গুনাহ। (علانيته وسره) প্ৰকাশ্য অপ্ৰকাশ্য, যি সম্পৰ্কে একমাত্ৰ তুমিয়ে জানা।

Source
(মুছলিম)
Download image

Saved at original quality