Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 65 languages
«বুৰাইদাহ ইবনুল হাচীব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আচৰৰ নামাজ সোনকালে পঢ়িবা, কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে আচৰৰ নামাজ পৰিত্যাগ কৰে, তাৰ যাৱতীয় আমল ব্যৰ্থ হৈ যায়।"»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জানি বুজি আচৰৰ নামাজক সঠিক সময়ৰ পৰা পলম কৰিবলৈ সতৰ্ক কৰিছে, লগতে কৈছে যে, যিয়ে এনেকুৱা কৰে তাৰ আমল ব্যৰ্থ হৈ যায় তথা বেকাৰ হৈ যায়।

Source
(বুখাৰী)
Download image

Saved at original quality