AS
লেনদেন সম্পৰ্কীয় ফিকহ
الإجارة
1 hadiths
ক্ৰয়-বিক্ৰয়
4
সুত
1
ঋণ
4
মীমাংসা আৰু প্ৰতিৱেশীৰ বিধি-বিধান
2
الإجارة
1
ওৱাকফ
1
হিবা তথা দান
1
নজৰ বা মান্নত আৰু শপত পূৰণ কৰা
3
1 hadiths
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম। এনেকুৱা ব্যক্তি যিয়ে মোৰ নামত শপত কৰি, সেয়া ভংগ কৰিছে। আন এজন হৈছে যিয়ে স্বাধীন ব্যক্তিক বিক্ৰী কৰি তাৰ মূল্য ভক্ষণ কৰে। আন এজন হৈছে, যিয়ে কাৰোবাক শ্ৰমিক হিচাপে কামত লগায় আৰু তাৰ দ্বাৰা পূৰ্ণাংগ কাম লয় অথচ তাৰ পাৰিশ্ৰমিক নিদিয়ে।"
(বুখাৰী)