AS
চাৰিত্ৰিক বৈশিষ্ট্যসমূহ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহনশীলতা
1 hadiths
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বদান্যতা
2
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লাজ
1
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বীৰত্ব
1
رفقه صلى الله عليه وسلم
3
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দয়া
2
كلامه صلى الله عليه وسلم
2
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাঁহি
1
بكاؤه صلى الله عليه وسلم
1
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহনশীলতা
1
1 hadiths
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়াই দুটা বস্তুৰ যিকোনো এটা গ্ৰহণ কৰিবলৈ বিকল্প দিয়া হৈছিল, তেতিয়া তেখেতে সহজটো গ্ৰহণ কৰিছিল, যদি বিষয়টো গুনাহৰ নহয়। কিন্তু যদি বিষয়টো গুনাহৰ হয়, তেতিয়া তেখেতে ইয়াৰ পৰা আটাইতকৈ দূৰত থাকিছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও নিজৰ বাবে প্ৰতিশোধ লোৱা নাছিল। কিন্তু যদি আল্লাহৰ সীমাৰেখা কোনোবাই লংঘন কৰিছিল তেন্তে তেনে ক্ষেত্ৰত আল্লাহৰ বাবে প্ৰতিশোধ গ্ৰহণ কৰিছিল।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})