আক্বীদাহ
আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
Available in 54 languages
«আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ চাহাবাসকলক গালি নিদিবা। তোমালোকৰ মাজৰ যদি কোনোবাই উহুদ পৰ্বতৰ সমান সোণ দান কৰে, তথাপিও তেওঁলোকে দান কৰা এক মুদ অথবা আধা মুদৰো সমান হ'ব নোৱাৰে।»Meaning translation ·
Saved at original quality








