Hadith for the World
Tap the image to view it full size
ফিকহ আৰু উচুলে ফিক্হ

আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

Available in 58 languages
«আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত পোৱা গ'ল, সেয়া দেখি তেখেতে নাৰী আৰু শিশুক হত্যা কৰিবলৈ নিষিদ্ধ ঘোষণা কৰিলে।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কোনো এটা যুদ্ধত এজনী মহিলাক নিহত অৱস্থাত দেখা পাইছিল, সেয়া দেখি তেখেতে নাৰীসকলক আৰু প্ৰাপ্তবয়স্ক নোহোৱা শিশুক হত্যা কৰিবলৈ নিষেধ কৰিছিল।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality