Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

জুবাইৰ বিন মুতয়িম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ

Available in 69 languages
«জুবাইৰ বিন মুতয়িম ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ “আত্মীয়তাৰ সম্পৰ্ক বিচ্ছিন্নকাৰী জান্নাতত প্রৱেশ নকৰিব।”»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে আত্মীয়-স্বজনৰ প্রাপ্ত অধিকাৰ আদায় নকৰে আৰু সিহঁতক কষ্ট দিয়াৰ মাধ্যমত আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰে সি জান্নাতত প্রৱেশৰ উপযুক্ত নহয়।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality