Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

Available in 66 languages
«উছামাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ মৃত্যুৰ পিছত পুৰুষসকলৰ ওপৰত আটাইতকৈ ডাঙৰ ক্ষতিকাৰক ফিতনা হ’ব নাৰী জাতি।»

Meaning translation ·

Explanation

The meaning in a few plain lines

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ মৃত্যুৰ পিছত পুৰুষসকলৰ বাবে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব নাৰী সমাজ। কাৰণ নাৰী স্ত্ৰী হ'লে তাইৰ অনুসৰণত সি চৰীয়তৰ বিৰোধিতাও কৰিব পাৰে। আনহাতে যদি অপৰিচিত হয় তেন্তে তাইৰ অবাধ মিশ্ৰিত বিচৰণে সমাজত বিশৃংখলা সৃষ্টি কৰিব।

Source
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
Download image

Saved at original quality