AS
আল্লাহৰ প্ৰতি আহ্বান
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ বিধান
1 hadiths
আল্লাহৰ প্ৰতি আহ্বান কৰাৰ বিধান
1
آداب الدعوة إلى الله
1
ইছলামৰ ফজীলত আৰু ইয়াৰ সৌন্দৰ্য
5
ইছলামত জীৱ-জন্তুৰ অধিকাৰ
2
1 hadiths
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়, আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই নিজৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।
(বুখাৰী)