AS
নবী জীৱনী
হিজৰত
1 hadiths
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকল আৰু নুবুওৱতপ্ৰাপ্ত ঘৰৰ অৱস্থা
4
مبعثه صلى الله عليه وسلم
1
হিজৰত
1
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গাজৱা আৰু ছাৰিয়্যাহসমূহ
4
مكاتباته ومراسلاته صلى الله عليه وسلم
1
মুহাম্মাদী শাৰীৰিক আৰু চাৰিত্ৰিক গঠণ
24
1 hadiths
আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি গুহাত আত্মগোপন কৰি থকা অৱস্থাত যেতিয়া আমাৰ মূৰৰ ওপৰত মুশ্বৰিকসকলৰ ভৰি দেখা পালোঁ, তেতিয়া মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! সিহঁতৰ মাজৰ কোনোবাই যদি নিজৰ ভৰিৰ ফালে লক্ষ্য কৰে তেতিয়া দেখোন আমাক দেখা পাব। তেতিয়া তেখেতে ক'লেঃ "হে আবু বকৰ! সেই দুজন ব্যক্তি সম্পৰ্কে আপোনাৰ কি ধাৰণা, যাৰ তৃতীয়জন হৈছে আল্লাহ।"
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})