AS
নফল নামাজ
নফল নামাজৰ ফজীলত
2 hadiths
নফল নামাজৰ ফজীলত
2
ছুন্নতে মুআক্কাদাসমূহ
6
তাহাজ্জুদ
19
صلاة العيدين
1
صلاة الضحى
1
ইস্তিখাৰাৰ নামাজ
1
2 hadiths
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
عن عبدالله بن عمر رضي الله عنهما قال: قال رسول الله صلى الله عليه وسلم : «رحم الله امرأ صلى قبل العصر أربعًا».
رواه أبو داود والترمذي وأحمد