Hadith for the World
Tap the image to view it full size
ফজীলত আৰু শিষ্টাচাৰসমূহ

আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ

Available in 66 languages
«আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।»

Meaning translation ·

Explanation

The meaning in a few plain lines

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, সৎচৰিত্ৰই মানুহক গোটেই দিন ৰোজা ৰখাৰ আৰু ওৰে ৰাতি নামাজ পঢ়াৰ মৰ্যাদালৈ উন্নীত কৰে। সৎচৰিত্ৰৰ দ্বাৰা বুজোৱা হৈছেঃ সৎকৰ্ম কৰা, উত্তম কথা কোৱা, হাঁহিমুখে মানুহৰ লগত সাক্ষাৎ কৰা, কাকো কষ্ট নিদিয়া, আনে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা আদি।

Source
(আবু দাঊদ, আহমদ)
Download image

Saved at original quality